অসমত এতিয়াৰে পৰা যাত্ৰীবাহী ৰে’লত থাকিব আইছ’লেশ্যন কক্ষ, ৰাখিব কোৰোনাৰ ৰোগীক

অসমত এতিয়াৰে পৰা যাত্ৰীবাহী ৰে’লত থাকিব আইছ’লেশ্যন কক্ষ, ৰাখিব কোৰোনাৰ ৰোগীক

কোৰোনাৰে যুঁজিবলৈ প্ৰস্তুত ভাৰতীয় ৰে’ল বিভাগ। ইতিমধ্যে ৰে’লৱেয়ে নিৰ্মাণ কৰি উলিয়াইছে আইছ’লেশ্যন কক্ষ। ইয়াৰ বাবে কোনো অট্টালিকা ব্যৱহাৰ কৰা নাই ৰে’লৱেয়ে। কোৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰা লকডাউনৰ বাবে দেশত চলোৱা নাই যাত্ৰীবাহী ৰে’ল।

ৰে’লৰ জৰিয়তে যাতে কোনো লোকে যাত্ৰা কৰোতে কোৰোনাৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ সময়ৰে পৰা বন্ধ কৰি ৰখা হৈছে যাত্ৰীবাহী ৰে’ল। তাৰ বিপৰীতে এতিয়াও মালবাহী ৰে’লে অসমলৈ খাদ্য সামগ্ৰী কঢ়িয়াই আছে। উত্তৰ পূব সীমান্ত ৰে’লৱেয়ে যাত্ৰীবাহী ৰে’লত নিৰ্মাণ কৰিছে আইছ’লেশ্যন কক্ষ। কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে কামাখ্যা ষ্টেচনত ৰে’লৰ ডবাত কৰা হৈছে আইছ’লেশ্যনৰ বেৱস্থা। প্ৰতিটো ডবাকে একো-একোটা আইছ’লেশ্যন কক্ষলৈ ৰূপান্তৰিত কৰা হৈছে। প্ৰতিটো কক্ষতে ৰাখিব পাৰিব ৯গৰাকীকৈ ৰোগীক। কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ অসমত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে এই ব্যৱস্থা কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেয়ে।


Stay at Home to Stay Safe from Coronavirus (COVID-19)

More Info Donate Now

 

» Do You Know What is Happening ?

» Get Daily News


    1. » Unbiased News

 

    1. » More Transparency

 

    1. » Truth And Reality

 

    1. » Fearless Reporting

 

    1. » Public journalism

 

    1. » The Digital World that Keeps You Updated
0

▪️

The Creator:

MORE SECTIONS   PODCASTS  NEWSLETTER

   Follow On  
   Facebook  Twitter  Subscribe   

   About    Contact    Advertise With Us     Profiles    Shop 

   हिन्दी     অসমীয়া       Sitemap       RSS Feeds     Send News   

Explore World News,Stories,Ideas,Trends, Innovations and Find Articles, Videos & Podcasts on Interesting Topics from Latest Trends to What The Internet is Talking About & What You Care About & Matter In Life

  IA  ©2020 Idearmy Inc. All Rights Reserved. 

 NEWS 

 STORIES 

 SHORTS