আহি আছে ‘শক্তিমান’

আহি আছে ‘শক্তিমান’

দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ কৰা হ’ব এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ‘শক্তিমান’।

১ এপ্ৰিলৰ পৰা দিনৰ ১ বজাত প্ৰতিদিনে দৰ্শকে চাব পাৰিব শক্তিমান।

কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে এই কথা।


Stay at Home to Stay Safe from Coronavirus (COVID-19)

More Info Donate Now

লকডাউনৰ সময়চোৱাত দেশবাসী ঘৰতে আৱদ্ধ হৈ থকাৰ পাছত লোৱা হৈছে এই সিদ্ধান্ত।

উল্লেখ্য যে, ২৮ মাৰ্চ, ২০২০ৰ পৰা দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ আৰম্ভ হৈছে ‘ৰামায়ণ’ৰ।

পুৱা ৯ বজাৰ পৰা ১০ বজালৈ এটা খণ্ড আৰু নিশা ৯ বজাৰ পৰা ১০ বজালৈ আনটো খণ্ড পুনৰ সম্প্ৰচাৰ কৰা হৈছে।

▪️

MORE SECTIONS   PODCASTS  NEWSLETTER

   Follow On  
   Facebook  Twitter  Subscribe   

   About    Contact    Advertise With Us     Profiles    Shop 

   हिन्दी     অসমীয়া       Sitemap       RSS Feeds     Send News   

Explore World News,Stories,Ideas,Trends, Innovations and Find Articles, Videos & Podcasts on Interesting Topics from Latest Trends to What The Internet is Talking About & What You Care About & Matter In Life

  IA  ©2020 Idearmy Inc. All Rights Reserved. 

 NEWS 

 STORIES 

 SHORTS