বিজেপিৰ শীৰ্ষ নেত্ৰীৰ ঘৰত জব্দ ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা

বিজেপিৰ শীৰ্ষ নেত্ৰীৰ ঘৰত জব্দ ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা

লকডাউনৰ সময়ত সমগ্ৰ দেশজুৰি দোকান পোহাৰ বন্ধ থকাৰ সময়তে বিজেপিৰ এক শীৰ্ষ নেত্ৰীৰ বিপৰীত স্থিতি। সকলো সুৰাৰ দোকাৰ পোহাৰ বন্ধ থকাৰ সময়তে বিজেপি নেত্ৰীগৰাকীৰ ঘৰত উদ্ধাৰ কেইবা লক্ষাধিক টকাৰ সুৰা। বৰ্তমান স্থিতি বুজি নিজেই ঘৰতে মজুত কৰি ৰাখিছে অবৈধ সুৰা।

এই ঘটনা শিৱসাগৰ জিলাৰ। শিৱসাগৰত জিলা বিজেপিৰ শীৰ্ষ নেত্ৰীৰ ঘৰত আৰক্ষীৰ অতৰ্কীত অভিযান। বিজেপিৰ খেলুৱা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী তথা শিৱসাগৰ জিলা মহিলা মৰ্চাৰ নেত্ৰী মিনাক্ষী দত্তৰ বাসগৃহত আৰক্ষী আৰু আবকাৰী বিভাগৰ অভিযান।

অভিযানকালত মিনাক্ষী দত্তৰ দৰিকাপাৰস্থিত বাসগৃহত জব্দ প্ৰায় ৫ লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনি জব্দ কৰাৰ লগতে আটক কৰে সুৰা ব্যৱসায়ী বিজেপি নেত্ৰীৰ স্বামীসহ ১০ জনক।


Home

বিজেপি নেত্ৰীৰ বাসগৃহত অবৈধ সুৰাৰ ঘাটিত মিনাক্ষী দত্তৰ স্বামী ললিত দত্তৰ লগতে মদ খাই বহি থকা অৱস্থাত ৰামচন্দ্ৰ ৰায়(পাটনা), অঞ্জন শইকীয়া, অঞ্জন গগৈ, পাৰ্থ লাহন, গৌতম দাস, বিকাশ দত্তকে ধৰি ১০ জন সুৰাপায়ীক আটক কৰি শিৱসাগৰ আৰক্ষীয়ে৷

লকডাউনৰ সময়ত বিজেপি নেত্ৰীৰ ঘৰত এনেদৰে বৃহৎ পৰিমানৰ অবৈধ সুৰা জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিজেপি নেত্ৰীগৰাকীৰ স্বামীসহ আটকাধীন ১০জনক বৰ্তমানে শিৱসাগৰ সদৰ থানাত সোধ পোছ কৰি থকা হৈছে।


Stay at Home to Stay Safe from Coronavirus (COVID-19)

More Info Donate Now



0 ☆ The Creator:

☆  
Do NOT follow this link or you will be banned from the site!

MORE SECTIONS PODCASTS NEWSLETTER

 Follow On 
 Facebook   Twitter   Subscribe 

 About   Contact     Advertise With Us    Profiles   Shop   Community    Write for Us 

 हिन्दी   অসমীয়া   Sitemap   RSS Feeds   Send News 

Explore World News,Inspiring Stories,Ideas,Trending Topics,Innovations and Find Articles, Videos & Podcasts And Positive Contents on Interesting Topics from Latest Trends to What The Internet is Talking About & What You Care About & Matter In Life

Kill Negativity Before It Kills You

 IA  ©2021 Idearmy Inc. All Rights Reserved.

Welcome 

Please Disable Ad Blocker to Support us. Help us By allowing Ads to Spread "Good Contents that Can Change People's Thoughts & The World".

CONTINUE➡️

 NEWS 

 STORIES 

 SHORTS